অর্থ : পোছাক পিন্ধা সৈনিক, চিপাহীৰ আদিৰ সৰু দল
উদাহরণ :
সংসদ নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে সেনাৰ পল্টন নিয়োজিত কৰা হৈছে
অর্থ : স্থল সেনাৰ এটা সৰু ভাগ
উদাহরণ :
সেনাৰ এটা পল্টনে খেল-পথাৰত নিজৰ কুচকাৱাজ কৰি আছে
সমার্থক : প্লাটুন