পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পলিচ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পলিচ   বিশেষ্য

অর্থ : পোলেণ্ড দেশৰ অধিবাসী

উদাহরণ : সেই পলিচজনৰ লগত দেশলৈ ঘূৰি অহাৰ পিছত ফোনতহে কথা-বতৰা হʼল

সমার্থক : পোলেণ্ড বাসী, পোলেণ্ড-বাসী, পোলেণ্ডবাসী

অর্থ : পোলেণ্ডৰ লোকৰ ভাষা

উদাহরণ : তেওঁ পলিচ আৰু ৰুছ সলসলীয়াকৈ কʼব পাৰে

সমার্থক : পলিচ ভাষা, পলিচ-ভাষা

অর্থ : কোনো বস্তু জিলিকিবৰ কাৰণে তাৰ ওপৰত লগোৱা প্রলেপ বিশেষ

উদাহরণ : তেওঁ কিছুমান বস্তুৰ ওপৰত পলিচ লগাই আছে

সমার্থক : পʼলিচ, পালিচ

পলিচ   বিশেষণ

অর্থ : পোলেণ্ডৰ সৈতে সম্বন্ধ থকা বা পোলেণ্ডৰ

উদাহরণ : এই সংস্থাটোৱে ভাৰতবর্ষত পলিচ সাংস্কৃতিক কাম-কাজ কৰে

चौपाल