পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পলাতক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পলাতক   বিশেষ্য

অর্থ : পলাই যোৱা লোক

উদাহরণ : পুলিচে পলাতকক বিচাৰি ফুৰিছে

সমার্থক : পলায়নকাৰী, পলৰীয়া

পলাতক   বিশেষণ

অর্থ : পলাই যোৱা

উদাহরণ : পুলিচে পলাতক অপৰাধীৰ তালাচী চলাই আছে

সমার্থক : পলায়নকাৰী, পলায়িত, পলৰীয়া, ফেৰাৰ

অর্থ : পলায়ন কৰোতা

উদাহরণ : সেনাপতিয়ে যুদ্ধৰ পৰা পলৰীয়া সৈনিকবোৰক গুলী মাৰিলে

সমার্থক : পলায়নকাৰী, পলায়নশীল, পলায়িত, পলৰীয়া

অর্থ : যি নিজৰ পতি বা পত্নীক এৰিছে আৰু চোৱাচিতা কৰিবলৈ এৰি দিছে

উদাহরণ : তেওঁ পলাতক ব্যক্তিৰ পৰা নিজৰ অধিকাৰ নিশ্চয় বিচাৰিব লাগে

অর্থ : যি সেৱাৰ প্রতি অনীহা দেখুৱায় বা সেৱা নকৰি পলাই গুচি যায় (বিশেষভাৱে সৈন্যবাহিনীৰ সেৱা)

উদাহরণ : ৰজাই পলাতক সৈনিকবোৰক প্ৰাণদণ্ড বিহাৰ ঘোষণা কৰিলে

चौपाल