অর্থ : যিমান লাগে সিমান
উদাহরণ :
এই কুঁ্ৱাৰ পানী কেৱল ্পাঁচ একৰ মাটিৰ জলসিঞ্চনৰ কাৰণে পর্যাপ্ত
সমার্থক : যথেষ্ট
অর্থ : যিমান প্রয়োজন সিমান বা যিমান হʼব লাগে সিমান
উদাহরণ :
এইখিনি আহাৰ চাৰিজনলোকৰ বাবে পর্যাপ্ত
সমার্থক : যথেষ্ট