পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পর্ব শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পর্ব   বিশেষ্য

অর্থ : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

উদাহরণ : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

সমার্থক : অধ্যায়, খণ্ড

অর্থ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য

উদাহরণ : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ

সমার্থক : উছৱ, উৎসৱ, পৰব, ্উৎসৱ-পার্বণ

অর্থ : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম

উদাহরণ : বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান

সমার্থক : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পৰব, ্সকাম

অর্থ : কোনো কাম এবাৰ আৰম্ভ হৈ নির্দিষ্ট সময়লৈকে সমানভাৱে চলি থকা সময়ৰ এক পৰিমাপ

উদাহরণ : বিদ্যালয়ৰ বর্ষাঙ্ক শেষ হʼবলৈ আৰু বেছি দিন নাই

সমার্থক : বর্ষাঙ্ক

चौपाल