পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পতিতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পতিতা   বিশেষ্য

অর্থ : চৰিত্রৰ পতন হোৱা তিৰোতা

উদাহরণ : পতিতাত আমাৰ সমাজত মর্যাদা দিয়া নহয়

সমার্থক : দুশ্চৰিত্রা

পতিতা   বিশেষণ

অর্থ : বেয়া চৰিত্রৰ তিৰোতা

উদাহরণ : পতিতা স্ত্রীয়ে সমাজত কেতিয়াও সন্মান লাভ কৰিব নোৱাৰে

সমার্থক : অসতী, দুশ্চৰিত্রা

অর্থ : যি ব্যভিচাৰ কৰে বা অনেক পুৰুষৰ লগত অনুচিত ্সম্পর্ক ্ ৰাখে

উদাহরণ : ব্যভিচাৰিণী নাৰীয়ে সমাজত সন্মান নাপায়

সমার্থক : চৰিত্রহীনা, নষ্টা, বনৰী, ব্যভিচাৰিণী, ভ্রষ্টা, স্বৈৰিণী, ৰাজহী

चौपाल