অর্থ : যিজনক কোনো বিশেষ গুণ আদিৰ কাৰণে কাৰোবাৰ ভাল লাগে
উদাহরণ :
শচীনক মই পচন্দ কৰোঁ
সমার্থক : পছন্দ
অর্থ : নি্র্বাচিত বস্তু বা ব্যক্তি
উদাহরণ :
এই পদটোৰ কাৰণে আপোনাৰ নি্র্বাচন প্রশংসাৰ যোগ্য
সমার্থক : নি্র্বাচন