অর্থ : অধিক সময় ধৰি পৰি থকাৰ কাৰণে যি দুর্গন্ধযুক্ত বা পচিবলৈ ধৰিছে
উদাহরণ :
ভিখাৰীয়ে পঁ্চা খাদ্য খাই আছে
অর্থ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
উদাহরণ :
খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
সমার্থক : উৱলা