অর্থ : নৰৱেৰ লোকসকলৰ ভাষা
উদাহরণ :
তেওঁ নৰৱেজিয়ান ভালদৰে জানে
সমার্থক : নৰৱেজিয়ান ভাষা, নৰৱেজিয়ান-ভাষা
অর্থ : নৰৱে সম্বন্ধী বা নৰৱেৰ
উদাহরণ :
এইটো এক প্রকাৰৰ নৰৱেজিয়ান ভোজন
অর্থ : নৰৱেজিয়ান ভাষা সম্বন্ধী বা নৰৱেজিয়ান ভাষাৰ
উদাহরণ :
এই নৰৱেজিয়ান কবিতাটোৰ কথাই বেলেগ