পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নোম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নোম   বিশেষ্য

অর্থ : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি

উদাহরণ : ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল

সমার্থক : লোম

অর্থ : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু

উদাহরণ : বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা

সমার্থক : লোম

चौपाल