অর্থ : চৰকাৰে প্রচলন কৰা এক বিশেষ ধৰণৰ কাগজ যʼত টকাৰ সংখ্যা ছপা কৰা থাকে আৰু যাক টকাৰ মুদ্রাৰ সমৰূপত চলোৱা হয়
উদাহরণ :
তেওঁ ্ মোক এশ এশকৈ নোটবোৰ দেখুৱাই আছিল
অর্থ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
উদাহরণ :
তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
সমার্থক : টোকা