অর্থ : অন্ন, ফল আৰু শাক-পাচলীযুক্ত
উদাহরণ :
এই হোটেলত কেৱল নিৰামিষ ভোজন পোৱা যায়
অর্থ : যʼত মাংস মিহলি হৈ নাথাকে
উদাহরণ :
হিন্দু ধর্ম-গ্রন্থ অনুসৰি নিৰামিষ ভোজন কৰিলে শৰীৰ আৰু মন শুদ্ধ হৈ থাকে
সমার্থক : নিৰামুহি