অর্থ : যিজন ব্যক্তিৰ হাতত অস্ত্র নাই
উদাহরণ :
নিৰস্ত্রৰ ওপৰত প্রহাৰ কৰাটো কʼৰ ন্যায়?
সমার্থক : অস্ত্রহীন
অর্থ : যাৰ হাতত কোনো অস্ত্র নাই
উদাহরণ :
যুদ্ধত অস্ত্রহীন যোদ্ধাক আঘাত কৰা অধর্ম
সমার্থক : অস্ত্রহীন