পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নিষ্পত্তি কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নিষ্পত্তি কৰা   ক্ৰিয়া

অর্থ : কোনো কথা আদিৰ ্সন্দর্ভত সিদ্ধান্ত লোৱা বা নি্র্ণয় ্কৰা

উদাহরণ : ককাদেউতাই কাজিয়া নিষ্পত্তি কৰিছে

সমার্থক : সমাধান কৰা

অর্থ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

উদাহরণ : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

সমার্থক : কৰা, ঠিক কৰা, শেষ কৰা, সম্পাদন কৰা

चौपाल