অর্থ : * যি নিজৰ পতি বা পত্নী, অথবা প্রেমিক বা প্রেমিকাৰ বাহিৰে আন কাৰো লগত শাৰীৰিক ্সম্পর্ক ্নাৰাখে
উদাহরণ :
মোহন নিজৰ পত্নীৰ প্রতি নিষ্ঠাবান
সমার্থক : নিষ্ঠাৱান
অর্থ : কাৰোবাৰ প্রতি নিষ্ঠা, শ্রদ্ধা বা ভক্তি ৰাখোতা
উদাহরণ :
তুলসীদাস ভগৱান ৰামৰ প্রতি নিষ্ঠাবান আছিল