অর্থ : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
উদাহরণ :
গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
অর্থ : যʼত ইচ্ছা নাথাকে
উদাহরণ :
ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
সমার্থক : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
অর্থ : যʼত কাম বাসনা নাই
উদাহরণ :
স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
সমার্থক : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম