সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাক গঢ়ি কোনো আকাৰ দিয়া হয়
উদাহরণ : সীতাই বজাৰৰ পৰা মাটিৰে গঢ়া এটা গণেশৰ মূর্তি কিনিলে
সমার্থক : আকাৰপ্রদত্ত, আৰূপিত, গঢ়া-, সজা-
অর্থ : যিটো ৰচনা কৰা বা বনোৱা হৈছে
উদাহরণ : সোতৰ শতিকাত নির্মিত তাজমহলটো শাহজাহানৰ দান
সমার্থক : কৃত, প্রণীত, বিৰচিত, সৃজিত, সৃষ্ট, ৰচিত
ইনস্টল