পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নিবনুৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নিবনুৱা   বিশেষ্য

অর্থ : যাৰ হাতত জীৱিকা নি্র্বাহৰ বাবে কোনো কাম-কাজ নাথাকে

উদাহরণ : দিনে দিনে নিবনুৱাৰ সংখ্যা বাঢ়িবলৈ ধৰিছে

সমার্থক : সংস্থাপনহীন

অর্থ : জীৱিকাৰ কাৰণে মানুহৰ ওচৰত একো কাম নথকা অৱস্থা

উদাহরণ : দিনে দিনে নিবনুৱাৰ সমস্যা বাঢ়ি গৈ আছে

সমার্থক : বেৰোজগাৰ

নিবনুৱা   বিশেষণ

অর্থ : যাৰ ওচৰত জীৱন-নি্র্বাহৰ কাৰণে কোনো কাম-বন নাই

উদাহরণ : বর্ত্্মান বহুত নিবনুৱা যুৱক আছে

সমার্থক : জীৱিকাহীন

चौपाल