অর্থ : বাহিৰৰ ফালে টান বাকলি থকা এবিধ ডাঙৰ গোলাকাৰ ফল, যাৰ ভিতৰত মিঠা শাহ আৰু পানী থাকে!
উদাহরণ :
তেওঁ ্ সদায় নাৰিকলৰ পানী খায়
সমার্থক : নাৰিকেল
অর্থ : খেজুৰ জাতিৰ এবিধ গছ যাৰ ডাঙৰ গোলাকাৰ ফলৰ ভিতৰত মিঠা পানী আৰু বগা মিঠা শাহ থাকে
উদাহরণ :
এই জংঘলত নাৰিকল গছ বেছিকৈ আছে
সমার্থক : নাৰিকল গছ