সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নাকৰ ছিদ্র
উদাহরণ : নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
সমার্থক : নাকৰ ফুটা, নাকৰ বিন্ধা, নাসিকা বিবৰ
অর্থ : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
উদাহরণ : তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
সমার্থক : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ ফুটা, নাকৰ বিন্ধা, নাসিকাগ্র
ইনস্টল