অর্থ : নামিবিয়াৰ নিবাসী
উদাহরণ :
তুমি সেই নামিবিয়ানজনক চিনি পোৱা নেকি?
সমার্থক : নামিবিয়া বাসী, নামিবিয়া-বাসী, নামিবিয়াবাসী
অর্থ : নামিবিয়াৰ সৈতে সম্পর্কীত বা নামিবিয়াৰ
উদাহরণ :
সঞ্জয়ে নামিবিয়ান ইতিহাসৰ অধ্যয়ন কৰি আছে
সমার্থক : নামিবিয়া-সম্বন্ধী