পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নামঞ্জুৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নামঞ্জুৰ   বিশেষ্য

অর্থ : কোনো কামত বা কথাত মানা কৰা

উদাহরণ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

সমার্থক : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

অর্থ : স্বীকাৰ নকৰাৰ ভাব বা কার্য

উদাহরণ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

সমার্থক : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা

অর্থ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য

উদাহরণ : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব

সমার্থক : অস্বীকাৰ

নামঞ্জুৰ   বিশেষণ

অর্থ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই

উদাহরণ : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে

সমার্থক : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত

অর্থ : যিয়ে সহমত পোৱা নাই

উদাহরণ : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে

সমার্থক : অসন্মতি, অস্বীকৃত, সহমতহীন

चौपाल