অর্থ : নাকৰ ছিদ্র
উদাহরণ :
নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
সমার্থক : নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকা বিবৰ
অর্থ : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
উদাহরণ :
তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
সমার্থক : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকাগ্র