পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নলিচা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নলিচা   বিশেষ্য

অর্থ : গোল-দীঘলীয়া ফোঁপোলা বস্তু

উদাহরণ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

সমার্থক : চুঙা, চুঙী, নল, নলা, নলী, পাইপ

অর্থ : নলৰ আকাৰৰ কোনো বস্তু

উদাহরণ : জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়

সমার্থক : চুঙা

অর্থ : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ

উদাহরণ : ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল

অর্থ : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ

উদাহরণ : ৰামে হোকা খাই আছে

সমার্থক : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা

चौपाल