পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নবীকৰণ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নবীকৰণ   বিশেষ্য

অর্থ : যাৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছত তাক পুনৰ আগুৱাই নিবৰ কাৰণে বৈধ বা নিয়মিত কৰা কার্য

উদাহরণ : মোৰ পৰিচয় পত্রখন নবীকৰণ কৰিবলৈ দিছোঁ

অর্থ : পুনৰ নতুন ৰূপলৈ অনা ক্রিয়া

উদাহরণ : মোৰ ঘৰটোৰ নবীকৰণ কৰা হৈ আছে

चौपाल