অর্থ : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
উদাহরণ :
কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
সমার্থক : নথিভুক্ত
অর্থ : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
উদাহরণ :
পিয়নজনে ফাইলটো লৈ গৈছে
সমার্থক : ফাইল