পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নগৰ সমিতি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নগৰ সমিতি   বিশেষ্য

অর্থ : কোনো নগৰৰ কাৰণে ৰাজ্যৰ দ্বাৰা স্থাপিত এক নিগমিত প্রশাসনীয় দল....

উদাহরণ : নগৰে নগৰৰ পৰা বাহিৰলৈ যোৱা মালবস্তুত কৰ বঢ়াই দিছে

সমার্থক : নগৰ

অর্থ : বিধিসন্মতভাৱে নি্র্বাচিত কৰা কোনো নগৰৰ প্রতিনিধিৰ সেই বিশেষ গোট যি নগৰৰ স্বাস্থ্য, শুচিতা, ৰাষ্টা, ভৱন-নি্র্মাণ, পানীযোগান আদি জনহিতকৰ কামৰ সুব্যৱস্থা কৰে

উদাহরণ : মুম্বাইৰ নগৰ পালিকা ভাৰতৰ সকলোতকৈ ডাঙৰ নগৰপালিকা

সমার্থক : নগৰ পালিকা, নগৰপালিকা, মিউনিছিপালিটী

चौपाल