অর্থ : উপনয়ণ সংস্কাৰৰ পিছত ব্রাহ্মণ বা ক্ষত্রিয় লʼৰাই ধাৰণ কৰা পবিত্র সূতাৰ এক ৰূপ
উদাহরণ :
পণ্ডিতজনে মোটা লগুণ পিন্ধি আছিল
সমার্থক : ব্রহ্মসূত্র, লগুণ
অর্থ : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ আঠগুণ অধিক পৰিমাণ
উদাহরণ :
নৰ নগুণ একাশী
অর্থ : যিমান হয় তাতকৈ আঠবাৰ আৰু অধিক
উদাহরণ :
অন্যান্য খাদ্যবস্তুৰ তুলনাত এই খাদ্যখিনিৰ পৰা নগুণ অধিক লৌহ পদার্থ ্লাভ হয়