পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নক্ষত্র শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নক্ষত্র   বিশেষ্য

অর্থ : চন্দ্রৰ মার্গত ্ থকা স্থিৰ তৰাৰ সাতাইশটা সমূহ যাক ভিন ভিন ৰূপ বা আকাৰত পোৱা যায় আৰু যাৰ বেলেগ বেলেগ নাম আছে

উদাহরণ : নক্ষত্র সাতাইশটা আছে

অর্থ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড

উদাহরণ : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়

সমার্থক : জ্যোতিষ্ক, তাৰকা, তৰা

चौपाल