সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কের্কেটুৱাৰ নিচিনা কিন্তু মাটিত থকা এবিধ মাংসহাৰী প্রাণী
উদাহরণ : আনন্দ মেলাত সাপ আৰু নেউলৰ যুঁজ ্ দেখা পাইছিলোঁ অসমৰ হাবিত বহুতো নেউল পোৱা যায়
সমার্থক : নেউল, নেল, বিষবৈদ্য, সর্পহ্া
অর্থ : পাণ্ডু ৰজাৰ চতুর্থ পুত্র
উদাহরণ : নকুল আৰু সহদেৱ মাদ্রীৰ ্গর্ভত জন্ম হৈছিল
ইনস্টল