পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ধমনী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ধমনী   বিশেষ্য

অর্থ : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী

উদাহরণ : বেজে নাড়ী পৰীক্ষা কৰিছে

সমার্থক : নাড়ী, শিৰা, সিৰ

অর্থ : হৃদযন্ত্রৰ পৰা বিশুদ্ধ তেজ সমগ্র শৰীৰলৈ কঢ়িয়াই লৈ যোৱা ৰক্তবাহী নলী বিশেষ

উদাহরণ : ধমনীত বিশুদ্ধ তেজ চলাচল কৰে

অর্থ : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে

উদাহরণ : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে

সমার্থক : নাড়ী, সিৰা

चौपाल