পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দৃষ্টিপাত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দৃষ্টিপাত   বিশেষ্য

অর্থ : অতি কম সময়ৰ কাৰণে চকুৰ সন্মুখলৈ অহা কোনো দৃশ্য

উদাহরণ : মানুহে সাধুজনৰ ক্ষণিক দৃষ্টি পাবলৈ আকুল হৈ আছিল

সমার্থক : ক্ষণিক দৃষ্টি

অর্থ : দেখা কার্য

উদাহরণ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

সমার্থক : অৱলোকন, চোৱা-, দর্শন, নেত্রপাত, বিলোকন, লক্ষ্য

অর্থ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য

উদাহরণ : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত

সমার্থক : অৱলোকন, চোৱা-চিতা

चौपाल