অর্থ : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু এগুণ অধিক মাত্রাৰ এক পৰিমাণ
উদাহরণ :
দুইৰ দুগুণ চাৰি
অর্থ : যিমান থাকে আৰু সিমান
উদাহরণ :
যোৱা কিছু বছৰত মোৰ গাঁৱত নিবনুৱা দুগুণ বাঢ়িল
অর্থ : যিমান আছে তাৰ সমপৰিমাণৰ আৰু অধিক
উদাহরণ :
এই দোকানীজনে কিছুমান বস্তু দুগুণ দামত বিক্রী কৰি আছে