অর্থ : কাৰোবাৰ মর্ম্্স্থানত আঘাত লগাকৈ কোনো কথা কোৱা বা কাম কৰা
উদাহরণ :
শাহুৱেকে গালি পাৰি বোৱাৰীয়েকৰ মনত দুখ দিলে
সমার্থক : আঘাত দিয়া
অর্থ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে
উদাহরণ :
অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে
সমার্থক : কষ্ট দিয়া
অর্থ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
উদাহরণ :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
সমার্থক : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া
অর্থ : কোনো পদার্থৰ ্অভাৱৰ পৰা দুখ ওপজা কার্য
উদাহরণ :
নি্র্বাচনৰ সময়ত নেতাই প্রতিশ্রুতি দিয়ে আৰু জিকাৰ পিছত দুখ দিয়ে
সমার্থক : প্রলোভন দিয়া, ব্যাকুল কৰা