পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দাম শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দাম   বিশেষ্য

অর্থ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য

উদাহরণ : আজিকালি আলুৰ দাম বহুত বাঢ়িল

সমার্থক : দৰ

অর্থ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?

উদাহরণ :

সমার্থক : দৰ, নিৰিখ, বেচ, ভাও, মূল্য, হাৰ

অর্থ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়

উদাহরণ : হীৰাৰ মূল্য জহুৰীয়েহে জানে

সমার্থক : মূল্য

चौपाल