পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দানা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দানা   বিশেষ্য

অর্থ : পশু-পক্ষী আদিক দিয়া খাদ্য বস্তু

উদাহরণ : তেওঁ মুর্গীক দানা দি আছে খেতিয়কজনে বলদ হালৰ কাৰণে দানা আনিহলৈ গৈছে

অর্থ : শস্যৰ পৰা উলিওৱা অংশ

উদাহরণ : চিকাৰীটোৱে গছৰ তলত দানা সিঁচি দিলে

সমার্থক : শস্যৰ গুটি, শস্যৰ বীজ

অর্থ : গোলাকাৰ সৰু বস্তু বিশেষ

উদাহরণ : লʼৰাটোৱে বৰ মনোযোগেৰে ডালিমৰ দানা খাই আছে

সমার্থক : গুটি

অর্থ : পশুৱে খোৱা ঘাঁহ, ভুচি আদি

উদাহরণ : তেওঁ গৰুৰ ্কাৰণে দানা আনিবলৈ গৈছে

चौपाल