অর্থ : দানৰ টকা-পইচা থোৱা বা দিয়া কোনো পাত্র বা আধাৰ
উদাহরণ :
তেওঁ মন্দিৰৰ দান-পাত্রত এশ টকা দিলে
সমার্থক : দান-পাত্র
অর্থ : যিজন ব্যক্তি দান পোৱাৰ বাবে উপযুক্ত
উদাহরণ :
দান কেৱল দান-পাত্রকহে প্রদান কৰা উচিত
সমার্থক : দান-পাত্র