পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দান শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দান   বিশেষ্য

অর্থ : দান হিচাপে কাৰোবাক দিয়া কোনো বস্তু

উদাহরণ : পণ্ডিতজনে দান স্বৰূপে এজনী গাই আৰু কিছুমান বস্ত্র লাভ কৰিলে

অর্থ : কাৰোবাক দিয়া বা কাৰোবাৰ পৰা পোৱা বস্তু

উদাহরণ : বহু মানুহে জীৱনটোক ঈশ্বৰৰ দান বুলি ভাবে

অর্থ : কোনোবাই কাৰোবাক শ্রদ্ধা সহকাৰে বা দয়াপূর্বকভ্াৱে কিবা দিয়া ধর্ম ্ কার্য:উচিত সময়ত কৰা দান অধিক ফলপ্রসূ হয়

উদাহরণ :

অর্থ : কোনো কামত সহায় কৰা বা সহায়ক হোৱা কার্য অথবা কোনো কার্য ্সম্পাদনত ব্যক্তি বিশেষৰ অংশ

উদাহরণ : সকলো গাঁওবাসীৰ অৱদানেৰে এই মন্দিৰটো নি্র্মাণ কৰা হৈছে

সমার্থক : অৱদান, বৰঙণি, যোগদান

चौपाल