পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দশা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দশা   বিশেষ্য

অর্থ : * বিষন্নতা বা উত্তেজনাৰ অৱস্থা

উদাহরণ : তেওঁ এই সময়ত এনে অৱস্থাত আছে যে তেওঁৰ লগত তর্ক ্কৰা ঠিক নহʼব

সমার্থক : অৱস্থা, স্থিতি

অর্থ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

উদাহরণ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

সমার্থক : অৱস্থা, গতি, গতিক, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ

অর্থ : মানুহৰ জীৱনত বেলেগ বেলেগ গ্রহৰ নিশ্চিত ভোগকাল

উদাহরণ : এতিয়া মোৰ গ্রহৰ দশা বৰ ভাল চলি আছে

সমার্থক : গ্রহ দশা, গ্রহৰ দশা

चौपाल