অর্থ : দলিত ্বর্গৰ সদস্য
উদাহরণ :
চৰকাৰে দলিতৰ বিকাশৰ কাৰণে শক্তিশালী পদক্ষেপ লʼব লাগে
সমার্থক : দলিত ব্যক্তি
অর্থ : যাক অৱনমিত কৰি বহু তললৈ লৈ যোৱা হৈছে
উদাহরণ :
বিদ্রোহীয়ে পদদলিত ভাৰতীয় সমাজৰ ভিতৰি ভিতৰি সংস্কাৰ সাধন কৰিছিল
সমার্থক : পদদলিত
অর্থ : যি দৰিদ্র আৰু পীড়িত
উদাহরণ :
চৰকাৰে দলিত সমাজৰ বিকাশৰ কাৰণে কাম কৰা উচিত