পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে থৈ অহা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

থৈ অহা   ক্ৰিয়া

অর্থ : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা

উদাহরণ : মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো

সমার্থক : থোৱা

অর্থ : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা

উদাহরণ : মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ

সমার্থক : থোৱা

चौपाल