পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে থাকি যোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

থাকি যোৱা   বিশেষ্য

অর্থ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য

উদাহরণ : যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়

সমার্থক : থকা

থাকি যোৱা   ক্ৰিয়া

অর্থ : বঞ্চিত হোৱা

উদাহরণ : সন্তোষে নিজ পিতৃৰ অন্তিম ্দর্শন কৰিবলৈ থাকি গʼল

সমার্থক : ৰৈ যোৱা

অর্থ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা

উদাহরণ : বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল

সমার্থক : ৰৈ যোৱা

चौपाल