পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তেলেগু শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তেলেগু   বিশেষ্য

অর্থ : তেলেঙ্গ ক্ষেত্রৰ অধিবাসী

উদাহরণ : চিকাগোত কেইজনমান পৰিচিত তেলেগুৰ সৈতে দেখা-সাক্ষাৎ হৈছিল

অর্থ : যি লিপিত তেলেগু ভাষা লিখা হয়

উদাহরণ : কুন্নুৰাণীয়ে তেলেগু পঢ়িবলৈ চেষ্টা চলাই আছে

সমার্থক : তেলেগু লিপি

অর্থ : তেলেঙ্গ অঞ্চলত প্রচলিত ভাষা

উদাহরণ : অন্ধ্রপ্রদেশত তেলেগু কথা কয়

তেলেগু   বিশেষণ

অর্থ : তেলেঙ্গ অঞ্চলৰ বা তাৰ সৈতে সম্বন্ধ থকা

উদাহরণ : তেলেগু সংস্থাৰ দ্বাৰা আয়োজিত কার্যসূচী বহুত ভাল আছিল

অর্থ : তেলেগু ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা

উদাহরণ : এইখন বহুত জনপ্রিয় তেলেগু চিনেমা

অর্থ : তেলেঙ্গ দেশত বসতি কৰোতা

উদাহরণ : তুমি এতিয়া তেলেগু লোকৰ সংস্থাৰ সদস্য কিয় নোহোৱা

चौपाल