পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তামিল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তামিল   বিশেষ্য

অর্থ : যি লিপিত তামিল ভাষা লিখা হয়

উদাহরণ : তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে

সমার্থক : তামিল লিপি

অর্থ : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা

উদাহরণ : তেওঁলোক দুজনে তামিলত কথা পাতি আছে

সমার্থক : তামিল ভাষা

অর্থ : তামিলনাডুৰ নিবাসী

উদাহরণ : ভালেমান তামিল মোৰ ভাল বন্ধু

তামিল   বিশেষণ

অর্থ : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ

উদাহরণ : তামিল সাহিত্য বহুত উন্নত

অর্থ : তামিলনাডুৰ সৈতে সম্বন্ধ থকা

উদাহরণ : বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে

অর্থ : তামিলনাডুত থকা বা বসতি কৰা

উদাহরণ : তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে

चौपाल