পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তাগিদা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তাগিদা   বিশেষ্য

অর্থ : কাৰোবাৰ পৰা নিজৰ প্রাপ্য ধন আদায় কৰিবলৈ বা আৱশ্যকীয় কাম কৰিবলে স্মৰণ কৰোৱা কার্য

উদাহরণ : কেইবাবাৰো তাগিদা দিয়াৰ পিছতো তেওঁ ্মোৰ পইচাখিনি নিদিলে

সমার্থক : খটিয়নি

অর্থ : এনেকুৱা অনুৰোধ বা আদেশ যাক পালনৰ কাৰণে বাৰম্বাৰ কৈ থকা হৈছে

উদাহরণ : মালিকে চাকৰক তাগিদা দিলে যে বলদহালক কেৱল ভুচিহে খুৱাব লাগে

সমার্থক : তাগাদা

चौपाल