পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তপস্যা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তপস্যা   বিশেষ্য

অর্থ : কোনো কামত সিদ্ধি লভিবৰ কাৰণে কৰা কঠোৰ পৰিশ্রম

উদাহরণ : অর্জুনৰ ্সাধনাই তেওঁক এজন ্ডাঙৰ ধনুর্বিদ কৰি তুলিলে

সমার্থক : অধ্যৱসায়, তপ, সাধনা

অর্থ : চিত্তৰ ভোগবিলাস দূৰ কৰিবৰ বাবে কৰা কষ্টকৰ ধার্মিক কার্য

উদাহরণ : দষ্যু ৰত্নাকৰ কঠোৰ তপস্যাৰে বাল্মীকি হৈছিল

সমার্থক : তপ

चौपाल