পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঢলং-পলং শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঢলং-পলং   বিশেষ্য

অর্থ : ঢলং-পলং কৰা বা অস্থিৰ হোৱা অৱস্থা

উদাহরণ : মোহনৰ ঢলং-পলঙৰ পৰাই গম পোৱা গৈছে যে সি নিচাত আছে

অর্থ : ঢৌৰ দৰে লৰি থকা কার্য ্বা ভাব

উদাহরণ : মই ৰাষ্টাৰ দাঁতিত থিয় হৈ থকা মদাহীটোৱে নিচাত ঢলং-পলং কৰি থকা আৰু সৰি পৰা চাই আছিলোঁ

ঢলং-পলং   বিশেষণ

অর্থ : যি ঢলং-পলং কৰিছে

উদাহরণ : মদাহীটোৱে ঢলং-পলং খোজেৰে গৈ আছে

चौपाल