সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সেনাৰ যুদ্ধ কৰা নিয়মৰ অভ্যাস
উদাহরণ : সৈনিকসকলে সদায় কুচ-কাৱাজ কৰিব লাগে
সমার্থক : কুচ-কাৱাজ
অর্থ : বিজুলী প্রবাহৰ দ্বাৰা চলা এক ধৰণৰ ভেদক যন্ত্র
উদাহরণ : এই পকী দেৱালখনত বিন্ধা উলিয়াবৰ কাৰণে মোক এটা ড্রিলৰ প্রয়োজন হৈছে
সমার্থক : ড্রিল মেচিন, ড্রিলিং মেচিন
ইনস্টল