অর্থ : ৰঙা, গুলপীয়া বা বগা ৰঙৰ গুটি বা দানা থকা এবিধ গোলাকাৰ ফল
উদাহরণ :
ৰমেশে ডালিম খাই আছে
অর্থ : ভিতৰত বহুত গুটি থকা এবিধ সোৱাদযুক্ত ফল আৰু আৰু তাৰ গছ
উদাহরণ :
মালীজনে বাগিছাত ডালিম ৰুই আছে
সমার্থক : ডালিম গছ