পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ডাঙৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ডাঙৰ   বিশেষণ

অর্থ : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ

উদাহরণ : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব

সমার্থক : মহান

অর্থ : যি বয়সত ডাঙৰ

উদাহরণ : ৰাম দশৰথৰ জ্যেষ্ঠ পুত্র আছিল

সমার্থক : জ্যেষ্ঠ

অর্থ : যিটো দৈর্ঘ্যৰ সৈতে যুক্ত

উদাহরণ : এই পায়জামাটো বহুত দীঘল

সমার্থক : দীঘল, লম্বা

অর্থ : বহুত ডাঙৰ

উদাহরণ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

সমার্থক : প্রভূত, বিপুল, বিৰাট, বৃহৎ

অর্থ : বহুত গভীৰ পৰিণতিযুক্ত

উদাহরণ : হত্যা এক ঘোৰ অপৰাধ

সমার্থক : ঘোৰ, ভীষণ, ভয়ংকৰ

অর্থ : মাত্রা, আকাৰ, বিস্তাৰ আদিত কিহবাৰ তুলনাত অধিক

উদাহরণ : মোৰ ঘৰটো বহুত ডাঙৰ

चौपाल